53
গুৱাহাটীঃ মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে কামাখ্যা মন্দিৰ দর্শন কৰিলে বটদ্ৰৱা সমষ্টিৰ বিধায়ীকা আঙুৰলতা ডেকা, ৰাজ্যপাল জগদীশ মুখী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
যোৱা তিনিদিন ধৰি কামাখ্যাৰ মূল দ্বাৰ বন্ধ থকাৰ বাবে পুৱাই বিধায়িকা আৰু মন্ত্ৰী উপস্থিত হয় মন্দিৰত৷