Home ৰাজ্যমৰিয়নীৰ নকছাৰীত ৰেল পৰা পৰি এজনৰ মৃত্যু

মৰিয়নীৰ নকছাৰীত ৰেল পৰা পৰি এজনৰ মৃত্যু

by News Desk
A+A-
Reset
youth

মৰিয়নীঃ আজি ৰাতিপুৱা নকচাৰী ৰেল ষ্টেচনৰ সমীপত এটা অচিনাক্ত লোকৰ ৰক্তাক্ত মৃতদেহ দেখিবলৈ পোৱা যায়। ঘটনাৰ খৱৰ লাভ কৰিয়েই নকছাৰী ষ্টেচনৰ ষ্টেচনমাষ্টৰে ৰেল আৰক্ষী অৱগত কৰে। ঘটনাস্থলীত মৰিয়নী ৰেল আৰক্ষীৰ ভাৰাপ্ৰাপ্ত বিষয়া বীৰেন কলিতা উপস্থিত হৈ মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে লোকজনৰ মৃত্যু ৰেলৰ পৰা পৰি হোৱা বুলি সন্দেহ প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0