গুৱাহাটীঃ টেট পৰীক্ষাকলৈ এতিয়া সকলোফালে এক প্ৰশ্ন উত্থাপন হয়৷ টেট দিবলৈ ডিএলএড তথা বিএড ডিগ্ৰী বাধ্যতামূলক নেকি বুলি? অৱশেষত এই বিষয়ত ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই বিষয়ত নিজৰ মত প্ৰকাশ কৰে৷
শিক্ষাবিভাগে জনোৱা খবৰ অনুসৰি চলিত বছৰৰ অক্টোবৰ, নবেম্বৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা। কিন্তু টেট পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ বি এড, ডি এল এড ডিগ্ৰী থকাতো বাধ্যতামূলক নেকি? এই লৈ ছাত্ৰ–ছাত্ৰী সকলৰ মাজত প্ৰশ্নৰ উত্থাপন হৈছিল। যাৰ ফলত শিক্ষামন্ত্ৰীগৰাকী এই বিষয়ৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷