Home ৰাজ্যঘগ্ৰাপাৰৰ নোনা নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কুৰিখন গাঁওলৈ

ঘগ্ৰাপাৰৰ নোনা নৈৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে কুৰিখন গাঁওলৈ

by News Desk
A+A-
Reset
bcdf1e4f-631f-4978-9f0c-dcc9c006828c

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আকনা-পালাংদিত নোনা নৈৰ গৰাখহনীয়া আৰু মথাউৰিৰ অৱস্থা সম্প্ৰতি জটিল ৰূপ ধাৰণ কৰিছে। শেহতীয়াভাৱে হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত নোনা নৈখনৰ ঘগ্ৰাপাৰ ৰাজহৰ কেবাঠাইতো মথাউৰিটো বিভিন্ন অংশ খহাই নিয়াৰ উপৰিও ঘগ্ৰাপাৰৰ বুৰবুৰী নৈখনে কালৰূপ ধাৰন কৰিছে।

ফেনেফুটুকাৰে বাঢ়ি অহা নোনা নৈৰ মথাউৰিটো ঘগ্ৰাপাৰ ৰাজহৰ আকনা-পালাংদিত, ভিঠামহল-কলীয়া গোঁসাই থান, বুৰবুৰী, দোদেটীয়া, সোনকুৰীহা আদি ঠাইত যিকোনো মুহূৰ্ততে ছিঙি নিয়াৰ আশংকা ঘনীভুত হৈ পৰিছে। শেহতীয়াকৈ আকনা-পালাংদিত নৈখনৰ গৰাখহনীয়া তীব্ৰ গতিত আছে যদিও নলবাৰী জলসম্পদ বিভাগে খহনীয়া ৰুধিবলৈ গছৰ ডাল, কেইডালমান বাঁহ, কেটাম বস্তা আঁৰি দায়িত্ব সামৰিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0