65
তেজপুৰঃ শোণিতপুৰ চলাগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু ৱাগনাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন। আহত ২ জন লোক।
নিহত লোকজন নাৰায়নপুৰৰ শিমলুগুৰিৰ চন্দ্ৰ সেনাপতি বুলি জানিব পৰা গৈছে। ৱাগনাৰ বাহনখনৰ নম্বৰ AS12J6690। আহত আটাইকেইজনকে চিকিৎসাৰ বাবে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।