Home ৰাজ্যদৰঙত দুৰ্ধৰ্ষ গঁড় চিকাৰী গ্ৰেপ্তাৰ

দৰঙত দুৰ্ধৰ্ষ গঁড় চিকাৰী গ্ৰেপ্তাৰ

by News Desk
A+A-
Reset
16f06868-39b3-46f9-ba22-78214764738d

ফখৰুল ইছলাম, দৰংঃ দৰঙৰ শ্যামপুৰ আৰক্ষীৰ অভিযান৷ গ্ৰেপ্তাৰ মৰিগাঁৱৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী জাকিৰ হুছেইন৷ জানিব পৰা মতে ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী বগৰি বাৰি গাঁৱৰপৰা গ্ৰেপ্তাৰ কৰা হয় জাকিৰ হুছেইনক।

গঁড় হত্যা কৰাৰ কথা স্বীকাৰ কৰে ধৃত চিকাৰী জাকিৰ হুছেইনে। কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা সুৰেশ হাম্ৰেন নামৰ চিকাৰীজনৰ লগত গঁড় হত্যাৰ কাৰণে উদ্যানখনত প্ৰৱেশ কৰিছিল যদিও এন্ধাৰৰ সুযোগ লৈ পলাবলৈ সক্ষম হৈছিল ধৃত জাকিৰ হুছেইনে। ধৃত জাকিৰ হুছেইনৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0