Home ৰাজ্যপূব-নলবাৰীৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সমাজকৰ্মী অঞ্জন বৰ্মনৰ অভিনন্দন

পূব-নলবাৰীৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সমাজকৰ্মী অঞ্জন বৰ্মনৰ অভিনন্দন

by News Desk
A+A-
Reset
4521f1af-9307-481f-9c35-e4b4acf9ee20

হেমন্ত কলিতা, নলবাৰীঃ বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব‍্যৱসায়ী অঞ্জন বৰ্মনে যোৱা ৩০ জুনত পূৱ-নলবাৰী অঞ্চলৰ ১৬০ গৰাকী শিক্ষাৰ্থীক অভিনন্দন জনায়।ঘগ্ৰাপাৰ সমীপৰ কঞাকুছি যুৱক সংঘৰ সহযোগত সংঘৰ বাকৰিত আয়োজিত অভিনন্দন অনুষ্ঠানত চলিত বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পূৱ-নলবাৰী অঞ্চলৰ কটৰা, পিপলীয়া, সাহপুৰ, কঞাকুছি, মাজৰবাৰী, দলুৱা, বাঘমাৰা, আদি গাঁৱৰ ১৬০ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা আৰু  ইংৰাজী অভিধানেৰে সম্বৰ্ধনা জনায়।

এই উদ্দেশ্যই কেশৱ কলিতা সভাপতিত্বত অনুষ্ঠিত সভাখনত অঞ্চলটোৰ পাঁচ শতাধিক লোকে অংশগ্ৰহণ কৰে। সমাজকৰ্মী অঞ্জন বৰ্মণে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰি ভৱিষ্যতে একোজন সুনাগৰিক হ’বলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0