79
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ বজাৰত সহজে উপলব্ধ পানী খাওতে সাৱধান হওঁক।
বিশুদ্ধ খোৱাপানীৰ নামত জনসাধাৰনক প্ৰকৃততে কি পানী খুৱাইছে পানী কোম্পানী সমুহে? বিশুদ্ধ পানী বুলি আপুনি বজাৰৰপৰা কিনি অনা পানীয়ে হয়টো আপোনাৰ স্বাস্থ্যলৈ আনিব পাৰে ভয়ংকৰ ভাবুকি।