50
ষড়ানন বৰা, চামগুৰিঃ ৰাজ্যত এতিয়া ভয়াৱহ ৰূপ লৈছে জাপানীছ এনকেফেলাইটিছে। ইয়াৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণিগুদামতো এগৰাকী মহিলা আক্ৰান্ত হৈছে জাপানীছ এনকেফেলাইটিছত।
বিগত কিছুদিন ধৰি পুৰণিগুদাম হাতীগাৱঁৰ ননী দেৱী নামৰ মহিলাগৰাকী বিভিন্ন ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।শেহতীয়াকৈ মহিলাগৰাকী জাপানীছ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে।