74
আলী,লখিমপুৰঃ নেৰানেপেৰা বৰষুনৰ ফলত ৰঙানদী জলপৃষ্ঠ ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে৷
ৰঙানদীৰ প্ৰবলতাৰ বৃদ্ধি পোৱাত বানে উটোৱাই নিলে বগলীজান, বোৱালগুৰি, ডি’জো চাপৰি আদিকৰি শতাধিক গাঁৱৰ সংযোগী একমাত্ৰ পাঁচনৈ বাঁহৰ দলং৷