নলবাৰী বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত ঠিকাদাৰ সন্থাই লগালে তলা

Home ৰাজ্যনলবাৰী বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত ঠিকাদাৰ সন্থাই লগালে তলা

নলবাৰী বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলত ঠিকাদাৰ সন্থাই লগালে তলা

by News Desk
69 views
A+A-
Reset

হেমন্ত কলিতা, নলবাৰীঃ নলবাৰীৰ বেলশৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাম্য ঠিকাদাৰ সন্থাই৷ ই-নিবিদা কৰি থলুৱা গ্ৰাম্য  ঠিকাদাৰক প্ৰৱঞ্চনা কৰাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাম্য ঠিকাদাৰ সন্থাই৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলশৰ সংমণ্ডৰ মুখ্য গেটত তলা লগাই দিয়ে প্ৰতিবাদকাৰী সকলে। 

নলবাৰীৰ বেলশৰত ১৯৮৭ চনত মুকলি কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডত বিগত সময়ত নলবাৰী জিলাৰ গ্ৰাম্য ঠিকাদাৰ সকলে ঠিকা কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল কিন্তু শেহতীয়াভাৱে এই গ্ৰাম্য ঠিকাদাৰ সকলক প্ৰৱঞ্চনা কৰি ই-নিবিদাৰ জৰিয়তে বিভাগটোৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী সকলে গোপন বুজাবুজিৰ জৰিয়তে বৃহৎ পুঁজিপতি ঠিকাদাৰ গোষ্ঠীক ঠিকাৰ কাম আবন্টন দিয়াৰ চক্ৰান্ত কৰাৰ অভিযোগত মঙলবাৰে গ্ৰাম্য ঠিকাদাৰ সকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ  বেলশৰ সংমণ্ডৰ মুখ্য গেটত তলা লগাই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0