Home ৰাজ্যনগাঁৱত উত্তৰ-পূৱ বহুভাষিক কবি সন্মিলনৰ সভা সম্পন্ন

নগাঁৱত উত্তৰ-পূৱ বহুভাষিক কবি সন্মিলনৰ সভা সম্পন্ন

by News Desk
A+A-
Reset
6789efe7-e46a-40d9-bd9e-51e7a2ba0aa0

জয়ন্ত মুদৈ,নগাঁওঃ অসমীয়া কাব্য সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ লগতে নৱ প্ৰজন্মক ইয়াৰ প্ৰতি আগ্ৰহী কৰি এখন মঞ্চ দিয়াৰ মহান লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ-পূৱ বহুভাষিক কবি সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ সভা যোৱা শনিবাৰে নগাঁও চহৰস্থিত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাগৃহত অনুষ্ঠিত কৰা হয়৷ 

সাহিত্যৰত্ন বিশ্বম্ভৰ সিং কুশৱাহাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি বংকিম বৰুৱাই। সন্মিলনৰ প্ৰধান সম্পাদক কাব্যনীলে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত অসমৰ প্ৰায় কেইখন জিলাৰপৰা প্ৰায় শতাধিক কাব্য সাহিত্যৰ লগত নিবিড়ভাবে জড়িত ব্যক্তিয়ে অংশগ্ৰহন কৰে৷ সভাত ললিত বসুমতাৰী, বিষ্ণু শাস্ত্ৰী, ড° ইকবাল খান, কন্দৰ্প কলিতা, হেম ৰায়, কৃষ্ণ শাস্ত্ৰী, মৃনাল কুমাৰ বৰুৱা, দেৱৰাজ কলিতা, চবিন নাথ, কাজল লতা মেধি, হাইচ উদ্দিন, ৰফিকুদ্দিন, নিৰলা ইংহিপী, নিৰুপ্ৰভা, শংকৰ দেৱ, মায়ামনি দেৱী, অনিমা, পূণ্যলতা গোঁহাই, ৰশ্মিৰেখা দেৱীকে ধৰি কেইবাজনো কবিয়ে কবিতা পাঠ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0