Home ৰাজ্যতেজপুৰৰ বৃহৎ অঞ্চল বানৰ কবলত…বানত উটি অহা সুগৰি পহু উদ্ধাৰ

তেজপুৰৰ বৃহৎ অঞ্চল বানৰ কবলত…বানত উটি অহা সুগৰি পহু উদ্ধাৰ

by News Desk
A+A-
Reset
6742ee36-858b-4cd7-8701-e31367b1793e

অপুৰ্ব বৰা, তেজপুৰঃ তেজপুৰ সমষ্টিৰ অন্তৰ্গত বেচেৰিয়া, মিলনপুৰ, ডিপোটা অঞ্চল এতিয়া সম্পূৰ্ণ বিধ্বংসী বানৰ কবলত। এই অঞ্চল সমূহৰ ৰাইজ যথেষ্ট কষ্টত আছে, যথেষ্ট ক্ষতিসাধন হৈছে। ক্ষতিগ্ৰস্থ হোৱা সম্পূৰ্ণ অঞ্চল সমূহ পৰিদৰ্শন কৰা তথা ক্ষয় ক্ষতিৰ বুজ লওঁতাৰ কাৰো সময় নায়। 

বুঢ়া চাপৰি অভয়াৰণ্যৰপৰা খাদ্যৰ সন্ধানত উলাই অহা এটা সুগৰি পহু তেজপুৰৰ ন আলি ৰাজপথত দুৰ্ঘটনাত পতিত হৈ আঘাট প্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয়। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবে বুঢ়াচাপৰিৰ জীৱ-জন্তুবােৰৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0