Home ৰাজ্যবিশ্বনাথত বান প্ৰভাৱিত এলেকা পৰিদৰ্শন উপায়ুক্ত.. আৰক্ষী অধীক্ষকৰ

বিশ্বনাথত বান প্ৰভাৱিত এলেকা পৰিদৰ্শন উপায়ুক্ত.. আৰক্ষী অধীক্ষকৰ

by News Desk
59 views
A+A-
Reset

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিগত ২৪ ঘণ্টাত বিশ্বনাথ জিলাৰ সোলেঙী, ব্ৰহ্মাজান, ছত্ৰং, চেঁচা, ঘিলাধাৰী, বুৰৈ, বৰগাং আদি প্ৰায়কেইখন উপনৈৰে জলস্তৰ সামগ্ৰিকভাৱে ঊৰ্ধ্বগামী হৈ থকাৰ বিপৰীতে গহপুৰ, হেলেম আৰু বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ জলস্তৰ সোমবাৰে সন্ধিয়াৰ ভাগলৈ সামান্য অৱনমিত হোৱা পৰিলক্ষিত হৈছে। 

বিপৰীতে নদুৱাৰত ই অপৰিবৰ্তিত হৈয়েই আছে। অৱশ্যে জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ আজিও বিশেষ উন্নতি ঘটা পৰিলক্ষিত হোৱা নাই। জিলাখনৰ ঠাইবিশেষে বহুকেইটা পথ জলমগ্ন হৈ থকাৰ বিপৰীতে সোলেঙী আৰু ছত্ৰং নৈৰ দুয়ো পাৰ ব্যাপক খহনীয়াৰ কবলত পৰিছে। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ড আৰু আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে সোমবাৰে গহপুৰ আৰু হেলেমৰ বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0