60
প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত বৃহস্পতিবাৰে বিয়লি আৰক্ষীৰ নিয়মীয়া তালাচীত বোকাজানৰপৰা ডিমাপুৰ অভিমুখে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত ড্ৰাগছসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়৷
