62
উজ্জ্বল চৌধুৰী, লিডুঃ আলফা স্বাধীনত পুনৰ খহনীয়া, আন এজন সদস্যৰ আত্মসমৰ্পণ।
বৃহস্পতিবাৰে আলফা স্বাধীনৰ ছাৰ্জেণ্ট মেজৰ নীৰৱ সন্দিকৈ ওৰফে জয়দ্বীপ মৰাণ, কৰুণজ্যোতি চেতিয়া ওৰফে উদ্দিপন অসম আৰু পলাশ দাস ওৰফে লাটুমনি অসমে আত্মসমৰ্পণ কৰাৰ পিছতে পুনৰ বৃস্পতিবাৰে নিশা তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে আন এগৰাকী আলফা সদস্যই।