76
ফখৰুল ইছলাম,দৰংঃ দৰঙৰ খাৰুপেটীয়া পৌৰ সভাৰ প্ৰতিষ্ঠাপক চেয়াৰমেন তথা খাৰুপেটীয়াৰ জ্যেষ্ঠ নাগৰিক ফতেহ চান্দ চেৰাওগিৰ শুকুৰবাৰে শেষ নিশা দেহাৱসান ঘটে৷
১৯৬১ চনত গঠিত খাৰুপেটীয়া নগৰ সমিতিৰ প্ৰথম গৰাকী চেয়াৰমেনৰ কাৰ্যভাৰ গ্ৰহণ কৰি প্ৰায় তিনি বছৰ নিয়াৰিকৈ পালন কৰে। ফতেহ চান্দ চেৰাওগিয়ে পুনৰ ১৯৮৪ চনত চেয়াৰমেন হিচাপে নিৰ্বাচিত হৈছিল৷