57
অপূৰ্ব বৰা, তেজপুৰঃ শোণিতপুৰ জিলাৰ অন্তৰ্গত বালিপুখুৰী তিনিআলি বেবেজিয়া আৰক্ষী চাউনীৰ ভাৰপ্ৰাপ্ত আৰক্ষী শৰৎ চন্দ্ৰ দাসৰ এক বিৰল পদক্ষেপ।
তেজপুৰ ৰঙাপৰা সংযোগী পথ আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ডিপোতা অঞ্চলৰ জৰাজীৰ্ণ অৱস্থাত বেবেজিয়া আৰক্ষী চাউনীৰ আৰক্ষীৰ দলটিৰ সাধাৰণভাৱে মেৰামতি কৰি ৰাইজক সহায় কৰা আৰক্ষী শৰৎ দাসে ৰাইজ যাতে পথদুৰ্ঘনাত পতিত নহয় তাৰ বাবে লৈছে এই মহান প্ৰচেষ্টা।