বানাক্ৰান্তৰ মাজত সাহাৰ্য্য বিতৰণ হোজাই জিলা কবি সন্মিলনৰ

Home ৰাজ্যবানাক্ৰান্তৰ মাজত সাহাৰ্য্য বিতৰণ হোজাই জিলা কবি সন্মিলনৰ

বানাক্ৰান্তৰ মাজত সাহাৰ্য্য বিতৰণ হোজাই জিলা কবি সন্মিলনৰ

by News Desk
62 views
A+A-
Reset

ছাদিকুজ জামান, মোৰাঝাৰঃ বৰ্তমান পৰিস্থিতিত সমগ্ৰ অসম বানত বুৰ গৈছে৷ মানুহৰ অৱস্থা অতিশয় দুখলগা, চতুৰ্দিশে কেৱল হাহাকাৰ আৰু বিভীষিকাময় পৰিৱেশ। ৰাজ্যবাসীৰ এনে এক দুৰ্যোগৰ সময়ত সদৌ অসম কবি সন্মিলনে বানাক্ৰান্তসকলৰ ওচৰত থিয় দি কিঞ্চিত সহায়ৰ হাত আগবঢ়াবলৈ সকলো জিলা আৰু শাখা কবি সন্মিলনক আহ্বান জনাইছে৷ 

সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়া আৰু প্ৰধান সম্পাদক উজ্জ্বল পাউগামৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৯ জুলাইত হোজাই জিলা কবি সন্মিলনে যমুনামুখ সমষ্টিৰ চাৰ্লক ৰিজাৰ্ভত ১৮০ গৰাকী বানাক্ৰান্ত লোকৰ মাজত সাহাৰ্য্য বিতৰণ কৰে৷ শেহতীয়া নিখাৰী, কপিলী আৰু যমুনাৰ বানে চাৰ্লকৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে ৰিজাৰ্ভ গাঁওখনক৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0