Home ৰাজ্যবন্যাৰ্তৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ গিৰিছিট, দেবগিৰী কোম্পানীৰ..

বন্যাৰ্তৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ গিৰিছিট, দেবগিৰী কোম্পানীৰ..

by News Desk
A+A-
Reset
583f407c-b49b-4e81-8f27-f4a71f290b1c

ফখৰুল ইছলাম, খাৰুপেটীয়াঃ ৰাজ্যখনৰ চাৰিওফালে কেৱল বানপানী। এই কালৰূপী বানপানীৰ কবলত পৰি লাখ লাখ মানুহ তথা গৰু ছাগলী ককবকাই আছে। এমুঠি অন্নৰ বাবে কিমান যে হাহাকাৰ কৰিবলগীয়া হৈছে।  

প্ৰশাসন তথা চৰকাৰৰ ফালৰপৰা কিছু সাহাৰ্য্য প্ৰদান কৰিছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই। তেনে অৱস্থা দেখি আজি গিৰিছিট আৰু দেবগিৰী কোম্পানীৰ দৰঙৰ দলগাঁৱৰ ক্ষেত্ৰ সহায়ক ইব্ৰাহিম আলী আৰু মুক্তাৰ হুছেইনে দলগাঁও প্ৰেছ ক্লাবৰ বিশিষ্ট সাংবাদিক আব্দুল আজিজ, ৰিক দাস, সমাজ সেৱক হজৰত আহমেদ, খাইৰুল ইছলামৰ সহযোগত দলগাঁও সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ এলেকাৰ চৰ অঞ্চলত চাৰি খন শিবিৰত চিৰা, চেনী, বিশুদ্ধ খোৱা পানীৰ বটল, কেক, বিস্কুট আদি সামগ্ৰী আদি শিশু আৰু মহিলা সকলৰ মাজত বিতৰণ কৰে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0