Home ৰাজ্যকনমানিয়ে নিজৰ জন্মদিন উদযাপন নকৰি সাঁচতীয়া ধন আগবঢ়ালে মুখ্যমন্ত্ৰীৰ বান পুঁজিলৈ

কনমানিয়ে নিজৰ জন্মদিন উদযাপন নকৰি সাঁচতীয়া ধন আগবঢ়ালে মুখ্যমন্ত্ৰীৰ বান পুঁজিলৈ

by News Desk
A+A-
Reset
7b93cae6-010a-4934-b2ff-39e3c850d87a

জয়ন্ত মুদৈ, নগাঁওঃ এজনী কনমানি ছোৱালী৷ নাম নিদৰ্শণা কলিতা৷ সকলোৱে মৰমতে তাইক মাতে দৃষ্টি বুলি৷ সোমবাৰে তাইৰ শুভ ওপজা দিনটোতে এক মহৎ কামেৰে সকলোৰে আগত দেখুৱালে এক নিদৰ্শন৷ 

আচলতে প্ৰতিটো শিশুৱেই নিজৰ জন্মদিনটো সদায় অতি উলহ-মালহেৰে পালন কৰিব বিচাৰে৷ নিদৰ্শণাইয়ো প্ৰত্যেক বছৰে পৰিয়ালৰ সতে উলহ-মালহেৰে এই দিনটো পালন কৰি আহিছিল যদিও এইবাৰ সিদ্ধান্ত ল’লে বিশেষ দিনটো উদ্ যাপন নকৰাৰ৷ টেলিভিশ্বনত চাৰিওফালে বৰ্নাত্যৰ হাহাকাৰ, ভোকে-পিয়াহে গৃহহীন, বস্ত্ৰহীন কন-কন শিশুসকলৰ কান্দোন, মৰমৰ ঘৰখন পানীয়ে উটোৱাই নিয়াৰ পিছত কিতাপ পত্ৰ বিচাৰি নিজৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে টিভিত কান্দি কান্দি কোৱা দুখৰ কথাবোৰে আঠ বছৰীয়া ছোৱালীজনীৰ হৃদয় কপাঁই তুলিলে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0