103
লখিমপুৰঃ বান গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ লক্ষীমপুৰ জিলাৰ বগীনদীত
মিচিং জাতীয় সংগঠন TMPK, MMK, আৰু TMMK ই বগীনদীৰ ৰাজপথেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি কদম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্য্যসূচী৷

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.