98
বোকাখাতঃ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনখন বোকাখাতৰ ঐতিহ্যমণ্ডিত কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ”ত অহা ৫,৬,৭ আৰু ৮ ফেব্ৰুৱাৰী ২০২০ তাৰিখে অনুষ্ঠিত হ’ব৷