51
ডিফুঃ কাৰ্বি আংলং জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান দি ১২ জনকৈ লোকক দোষী সাব্যস্ত কৰে। এই হত্যাকাণ্ডই ২০১৩ চনৰ জুন মাহত দেশজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। ঝংকাৰ হত্যাকাণ্ড হিচাপে চৰ্চিত উক্ত হত্যাকাণ্ডৰ গোচৰৰ ৰায়দানত ১৬ গৰাকী অভিযুক্তৰ ভিতৰত ১২জনকেই দোষী সাব্যস্ত কৰে সত্ৰ ন্যায়াধীশ এ আহমেদৰ বিচাৰপীঠে৷ এতিয়া অহা শুকুৰবাৰে আদালতে ঘোষণা কৰিব দোষী সাব্যস্ত হোৱাসকলৰ শাস্তি।
কোন কোন দোষী সাব্যস্ত হ’ল?