57
মোৰাঝাৰঃ এফালে শব্দ প্ৰদূষণ, আনফালে ধোঁৱা আৰু ধূলিৰ কুণ্ডলী৷ কোনো ফালে যাবই নোৱাৰি৷ উশাহ ল’বলৈকো চিন্তা কৰিবলগীয়া হয়৷ কিন্তু কি কৰিব? উপায় নাই৷ চৰকাৰে কৰ’নাৰ দৰে মাৰাত্মক ভাইৰাছৰ পৰা হাত সাৰিবলৈ সতৰ্কতামূলক কাৰ্যসূচীৰ লগতে জাৰি কৰিছে একাধিক নীতি-নিৰ্দেশনা৷ সেই একে সময়তে এক অসহনীয় পৰিৱেশত দিন কটাবলৈ বাধ্য হৈ পৰিছে ডবকাৰ ভেলৌগুৰী, মদাৰতলি অঞ্চলৰ শ শ পৰিয়ালে৷
কিয় অসহনীয়ভাৱে দিন কটাবলগীয়া হৈছে ডবকাবাসীয়ে?