Home ৰাজ্যফুটিল ফটকা, ওলাল সমদল! ‘জনতা কাৰ্ফিউ’ হ’লনে ১০০ শতাংশ সফল?

ফুটিল ফটকা, ওলাল সমদল! ‘জনতা কাৰ্ফিউ’ হ’লনে ১০০ শতাংশ সফল?

by News Desk
A+A-
Reset
coro-fest

গুৱাহাটীঃ জনতা কাৰ্ফিউ। ঠিকেঠাকেই আগবাঢ়িছিল সকলো। দিনটোৰ পৰিৱেশ ইমানেই নিমাওমাও হৈ পৰিছিল যে সেয়া দেখা পালে হয়তো কৰ’না ভাইৰাছেও নিজৰ অস্তিত্বক লৈ আতংকিত হৈ পৰিবলৈ বাধ্য হ’লহেতেন। কিন্তু সন্ধিয়া ঠিক ৫ বজাৰ লগে লগে সলনি হৈ পৰে সমগ্ৰ দৃশ্যপট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ অৰ্থ ওলোটাকৈ বুজি দেশৰ ভিন্ন প্ৰান্তৰ বহুতেই পাহৰি পেলালে যে দিনটোৰ ‘জনতা কাৰ্ফিউ’ৰ মূল উদ্দেশ্যই আছিল সামাজিক দূৰত্ব বৰ্তাই ৰখা। 

সন্ধিয়াৰ এই সময়খিনিত দেশৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰীয়ে বেলকনিৰ পৰা জৰুৰীকালীন সেৱাৰ সৈতে জড়িতসকলক হাত চাপৰি নতুবা বাদ্য তথা কাহী-বাতি বজাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ জনোৱা আহ্বানক এক প্ৰকাৰ ‘কৰ’না উৎসৱ’লৈ ৰূপান্তৰিত কৰি তোলে একাংশ অতি উৎসাহী লোকে। এইসকল লোকে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ কথা পাহৰি সদলবলে ৰাজপথলৈ ওলাই আহি বাদ্য, শংখ, ঢোল, কাহী-বাতি, টিং আদি বজাই সমদল উলিয়াই পালন কৰে ‘কৰ’না বিজয় উৎসৱ’।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0