Home বিশ্বCoronaক ৰুধিবলৈ ‘লকডাউনে’ই যথেষ্ট নহয়, WHOৰ দেশসমূহলৈ সকীয়নি

Coronaক ৰুধিবলৈ ‘লকডাউনে’ই যথেষ্ট নহয়, WHOৰ দেশসমূহলৈ সকীয়নি

by News Desk
94 views
A+A-
Reset

নতুন দিল্লীঃ মহামাৰী ৰূপ ধাৰণ কৰি বিশ্বৰ এখনৰ পৰা আন এখন দেশলৈ ক্ৰমাৎ আৰু অধিক অতি দ্ৰুত গতিত বিয়পি পৰিছে কৰ’না ভাইৰাছ৷ কৰ’নাৰ এনে ভয়াবহ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিখন দেশেই হাতত লৈছে একাধিক পদক্ষেপ। বেছিভাগ দেশেই এই সংক্ৰমণক বাধা দিবলৈ অতি ফলপ্ৰসূ হিচাপে ধৰি লৈ ‘লকডাউন’ ব্যৱস্থাকেই গ্ৰহণ কৰা দেখা গৈছে। ভাৰততো যোৱা ২৫ মাৰ্চৰ পৰা ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰে।

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব প্ৰধান টেডৰছ এ গেব্ৰিয়েছাছে এইবুলি সকীয়াই দিছে যে কৰ’না ভাইৰাছ(COVID-19)ৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিশ্বৰ সৰহভাগ দেশে গ্ৰহণ কৰা লকডাউন ব্যৱস্থা ভবা ধৰণে ফলপ্ৰসূ নহয়৷ তেওঁ কয় যে কেৱল লকডাউনেই এই সমস্যাৰ পৰা মুক্ত কৰিব বুলি হাতসাবতি বহি থাকিলে পৰিণাম অধিক ভয়াৱহ হৈ পৰাৰহে থল আছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0