Home ৰাজ্যলকডাউনৰ সময়তো ৰাস্তাত আড্ডা, ২ যুৱকক আটক ঘগ্ৰাপাৰ আৰক্ষীৰ

লকডাউনৰ সময়তো ৰাস্তাত আড্ডা, ২ যুৱকক আটক ঘগ্ৰাপাৰ আৰক্ষীৰ

by News Desk
A+A-
Reset
nalbari-arrst

নলবাৰীঃ ভয়াৱহ ৰূপ ধাৰণ কৰা মহামাৰী কৰ’না ভাইৰাছক পৰাস্ত কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন অব্যাহত থকাৰ সময়তে  একাংশ লোকে ইয়াক অমান্য কৰি অহা দেখা গৈছে। এনে অমান্যকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা হাতত লৈছে আৰক্ষী-প্ৰশাসনে। 

এই অনুযায়ী লকডাউনৰ দ্বিতীয় দিনটোত আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে আইন ভংগকাৰী দুজনকৈ যুৱকক। আটকাধীন যুৱক দুজন ক্ৰমে নাৰিকুছি গাঁৱৰ  কামিনী ডেকাৰ পুত্ৰ খৰ্গেশ্বৰ ডেকা (৩১) আৰু শংকৰ বড়োৰ পুত্ৰ কৃষ্ণ  বড়ো (১৯)বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0