Home ৰাজ্যবিক্ৰী বন্ধ! ডবকাত নলাত পেলাই দিলে হাজাৰ হাজাৰ লিটাৰ গাখীৰ

বিক্ৰী বন্ধ! ডবকাত নলাত পেলাই দিলে হাজাৰ হাজাৰ লিটাৰ গাখীৰ

by News Desk
A+A-
Reset
gakhir doboka

মোৰাঝাৰঃ কৰ’নাক বাধা দিবলৈ সমগ্ৰ দেশতে অব্যাহত আছে ২১দিনীয়া লকডাউন৷ এই লকডাউনৰ সময়ত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ভেলৌগুৰি গাঁৱত একাংশ গো-পালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।

ডবকা ৰাজ চক্ৰৰ অন্তৰ্গত ভেলৌগুৰি গাওঁখনৰ প্ৰায় অধিকাংশ লোকেই গো পালনৰ লগত জড়িত। গাওঁখনত প্ৰায় ৩০খন ফাৰ্মত ডেৰ শতাধিক পশুধন আছে। গাওঁখনত থকা যমুনাভেলি দুগ্ধ উৎপাদক সমবায় সমিতিয়ে সমগ্ৰ হোজাই জিলাতেই যোগান ধৰি আহিছে গাখীৰ। স্থানীয় প্ৰশাসনৰ পৰিকল্পনাৰ অভাৱৰ বাবে লকডাউনৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ গো-পালকসকলে এতিয়া নলাত পেলাই দিবলৈ বাধ্য হৈ পৰিছে হাজাৰ হাজাৰ লিটাৰ গাখীৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0