Home ৰাজ্যমুছলমানৰ কৰ’না নহয়! অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান BJP নেতা তবিবৰ ৰহমানৰ

মুছলমানৰ কৰ’না নহয়! অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান BJP নেতা তবিবৰ ৰহমানৰ

by News Desk
A+A-
Reset
qaran-corna

চাংসাৰিঃ চীনৰ উহান চহৰৰ পৰা উৎপত্তি হোৱা কৰ’না ভাইৰাছৰ আতংক তথা ভয়াৱহতাই সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন দেখুৱাইছে। বিশ্বৰ প্ৰায় ২০০খন দেশত বিয়পি পৰিছে এই মাৰাত্মক ভাইৰাছ। এই ভাইৰাছক ধৰ্মৰ দৃষ্টিকোণৰে কেতিয়াওঁ নাচাবলৈ আৰু অসাৱধানতাৰ কবলত নপৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তবিবৰ ৰহমানে। 

আজি এক বিবৃতিত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ৰহমানে কয় যে কৰ’নাক লৈ কিছুসংখ্যক ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে এক ভয়ানক অপপ্ৰচাৰ চলাই আছে। হোৱাটছএপ গ্ৰুপে গ্ৰুপে এখন গোহাৰিৰ দ্বাৰা প্ৰকৃত মুছলমানসকলক কৰ’না ভাইৰাছে আক্ৰমণ নকৰে বুলি একাংশ দুষ্টবুদ্ধিৰ লোকে অপপ্ৰচাৰ চলাই আছে বুলি সদৰী কৰে নেতাজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0