49
কৰ’নাতংকৰ মাজতে কৃষক নেতা অখিল গগৈক আজি পুনৰ গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে৷ শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰৰ সময়ত অখিল গগৈয়ে কৃষক নেতা মুকুট ডেকাৰ হাতত এখন পত্ৰ দি যায়৷ পইণ্ট পইণ্টকৈ লিখা পত্ৰখন NNOৰ পঢ়ুৱৈসকলৰ বাবে তলত আগবঢ়োৱা হ’ল।
“১। সকলো অসমবাসীয়ে কৰ’না ভাইৰাছৰ বিৰুদ্ধে দিয়া “লকডাউন” মানি চলক। সামাজিক দূৰত্ব বজাই ৰাখক। এয়া মোৰ আহবান।