Home ৰাজ্যলকডাউন,বিঘাই বিঘাই পঁচিছে শাক-পাচলি,কান্দোনত ভাগি পৰিছে কৃষক

লকডাউন,বিঘাই বিঘাই পঁচিছে শাক-পাচলি,কান্দোনত ভাগি পৰিছে কৃষক

by News Desk
A+A-
Reset
goalpara

গোৱালপাৰাঃ কৰ’নাৰ ভাইৰাছৰ সংক্ৰমণক ৰোধ কৰাৰ লক্ষ্যৰে দেশজুৰি অব্যাহত থকা ২১ দিনীয়া লকডাউনৰ পৰিপেক্ষিতত দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰ খনত বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ কিয়নো লক ডাউনৰ সময়চোৱাত স্বাভাৱিক জীৱন-যাত্ৰা আৰু হাট-বজাৰ ব্যাহত হৈ পৰাৰ ফলস্বৰূপে বজাৰৰ অভাৱত পৰা পৰিলক্ষিত হৈছে দেশৰ লগতে ৰাজ্যৰ ক্ষুদ্ৰ কৃষক সকল৷

গোৱালপাৰা জিলাৰ বিশেষকৈ পশ্চিম গোৱালপাৰাৰ ভিতৰুৱা কৃষি প্ৰধান অঞ্চল সমুহৰ শ-শ বিঘা কৃষি ভূমিত উৎপাদিত শাক-পাচলিসমূহ বজাৰ অভাৱত সম্প্রতি খেতি পথাৰতে পচিবলৈ ধৰিছে। যাৰবাবে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শাক পাচলি বিক্ৰী কৰিব নোৱাৰি উপায়হীন হৈ পৰিছে কৃষক ৰাইজ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0