Home ৰাজ্যকৰ’নাক জয়! স্বাস্থ্য বিভাগক ধন্যবাদ গোৱালপাৰাৰ ছাজাহান-খবিৰ-ইউছুফৰ

কৰ’নাক জয়! স্বাস্থ্য বিভাগক ধন্যবাদ গোৱালপাৰাৰ ছাজাহান-খবিৰ-ইউছুফৰ

by News Desk
A+A-
Reset
goalpara-vicctry

গোৱালপাৰাঃ কৰ’না আক্ৰান্ত গোৱালপাৰাৰ ৪ জন ৰোগীৰ ৩জন ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যহতি দিয়া হৈছে। বৃহস্পতিবাৰে এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ভাগত কৰ’না ৰোগীৰ চিকিৎসা চলি থকা গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া ৰোগীকেইজনক লৈ এতিয়া চিন্তাৰ কোনো কাৰণ নাই।

মন্ত্ৰীগৰাকীয়ে জনোৱা মতে সুস্থ হৈ উঠা ৰোগী ৩ জন হৈছে ক্ৰমে ছাজাহান আলী আহমেদ, খবিৰ উদ্দিন আহমেদ আৰু ইউছুফ আলী। এই আটাইকেইজনেই কিছুদিন পূৰ্বে দিল্লীৰ নিজামুদ্দিনৰ তবলীগ জামাতত অংশ লৈ ৰেলযোগে গোৱালপাৰাৰ নিজ বাসগৃহত উপস্থিত হৈছিল আৰু কৰ’না টেষ্টত পজিটিভ ধৰা পৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0