50
কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ দাবীত আজি ৰাজ্যৰ শতাধিক স্থানত এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত দুই ঘণ্টীয়া গণ চিঞৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
ৰাজ্যজুৰি অনুষ্ঠিত হোৱা গণচিঞৰ কাৰ্যসূচীৰ অংশস্বৰূপে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটত দুই ঘণ্টীয়া গণ চিঞৰ কাৰ্যসূচী ৰূপায়ণ কৰে।