Home ৰাজ্যPMKSৰ দুৰ্নীতি! BJP দলৰ সদস্যৰে পূৰ্ণ সৰুক্ষেত্ৰী পঞ্চায়তত ভুৱা মুছলমানৰ নাম

PMKSৰ দুৰ্নীতি! BJP দলৰ সদস্যৰে পূৰ্ণ সৰুক্ষেত্ৰী পঞ্চায়তত ভুৱা মুছলমানৰ নাম

by News Desk
A+A-
Reset
kisan_pareshan

সৰ্থেবাৰীঃ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত ১২ নং পূৱ সৰুক্ষেত্ৰী গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ দখলত থকা পঞ্চায়তখনত উক্ত আঁচনিৰ হিতাধিকাৰীৰ তালিকাত প্ৰকৃত কৃষকৰ পৰিৱৰ্তে কৃষি কাৰ্যৰ সৈতে জড়িত নথকা বিজেপি কৰ্মী, ব্যৱসায়ী আনকি ছাত্ৰ-ছাত্ৰীৰ নামো অন্তৰ্ভুক্ত হোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

স্থানীয় লোকসকলে অভিযোগ কৰা মতে, পঞ্চায়তৰ সভাপতি ৰাতুল বৰ্মনৰ ঘনিষ্ঠ হোৱা বাবেই পিতৃ এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী হোৱা সত্বেও উপান্ত কৃষকৰ বাবে ৰূপায়ণ কৰা আঁচনিখনৰ সুবিধা লাভ কৰিছে বিজেপিৰ IT Cellৰ সদস্য দীপজ্যোতি লহকৰ আৰু তেওঁৰ মাতৃয়ে। পঞ্চায়তৰ সভাপতি ৰাতুন বৰ্মনৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈয়ো আশ্চৰ্য প্ৰকাশ কৰিছে অঞ্চলটোৰ সচেতন লোকসকলে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0