Home ৰাজ্যসনাতনক কোনে হত্যা কৰিলে? মিলনভূমি হাজোত কাৰ সাম্প্ৰদায়িকতাৰ খেল?

সনাতনক কোনে হত্যা কৰিলে? মিলনভূমি হাজোত কাৰ সাম্প্ৰদায়িকতাৰ খেল?

by News Desk
A+A-
Reset
sanatan

বিশেষ প্ৰতিবেদনঃ কামৰূপ জিলাৰ বৰম্বৈ হাই মাদ্ৰাছাৰ ৫৪ বছৰীয়া শিক্ষক খবিৰুদ্দিন আহমেদ। সহকৰ্মী আব্দুল জলিলৰ বাইকত উঠি ২১ মে’ৰ দুপৰীয়া স্থানীয় বেংকলৈ গৈছিল মখনীয়াৰ এইগৰাকী শিক্ষক। বেংকলৈ গৈ থকা সময়তে মনাহকুছিত এজন চাইকেল আৰোহীৰ সৈতে দুৰ্ঘটনাত পতিত হয় জলিল আৰু খবিৰুদ্দিন। দুয়োজন এএছ ২৫পি ৪০৫০ নম্বৰৰ গ্লেমাৰ বাইকখনত গৈ থকা অৱস্থাতে মনাহকুছিৰ ওচৰত চাইকেল আৰোহী সনাতন ডেকাৰ সৈতে খুন্দা লাগে। এই মন্তব্য খবিৰুদ্দিনৰ পুত্ৰ জেহিৰুলৰ।

‘চাইকেলখন আৰু আমাৰ দেউতাই উঠি যোৱা বাইকখন একে দিশৰ পৰা গৈ আছিল। দেউতাই কোৱা মতে চাইকেল চলোৱা লোকজন মাজ ৰাস্তাৰে গৈ আছিল। হৰ্ণ বজাই কাটিবলৈ লওতেই বাইক চলাই যোৱা জলিল ছাৰৰ দোধোৰ-মোধৰ লাগে। চাইকেল চলাই যোৱা মানুহজনৰো দোধোৰ-মোধোৰ লাগে। তাৰ পিছত চাইকেলখনৰ পিছচকা বাইকখনৰ আগ চকাত লাগে। লগে লগে দেউতা আৰু জলিল ছাৰ ৰাস্তাত বাইকসহ পৰি যায়। চাইকেল চলোৱা মানুহজনো ৰাস্তাৰ ছাইডত ছিটিকি পৰে।’-NNOৰ আগত এইদৰে কয় সেইদিনাৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত শিক্ষক খবিৰুদ্দিনৰ পুত্ৰ জেহিৰুলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0