Home ৰাজ্যপশ্চিম কাৰ্বি আংলঙত পুনৰ দুজনৰ দেহত ক’ভিড-১৯ পজিটিভ, আতংকিত ৰাইজ

পশ্চিম কাৰ্বি আংলঙত পুনৰ দুজনৰ দেহত ক’ভিড-১৯ পজিটিভ, আতংকিত ৰাইজ

by News Desk
A+A-
Reset
kheron-covd

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙত পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ পজিটিভৰ সংখ্যা। কিছুদিন পূৰ্বে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ জিৰিবাছা গাওঁৰ অজয় শিৱা (২২) আৰু ভীম ভদ্ৰ সিংহা (২২) নামৰ যুৱকদ্বয়ৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত এইবাৰ পুনৰ দুই যুৱকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ। 

নতুনকৈ পজিটিভ ধৰা পৰা যুৱক দুজনৰ এজন যুৱকক মুন্না চৌহান (২১) বুলি চিনাক্ত কৰাৰ বিপৰীতে আনজনক মোহন বাহাদুৰ ছেত্ৰী (১৯) বুলি চিনাক্ত কৰা হৈছে। খেৰণি থানাৰ অন্তর্গত ২ নম্বৰ নৱাইবিল গাঁৱৰ বাসিন্দা মুন্না চৌহান, আনহাতে মোহন বাহাদুৰ ছেত্ৰী টুমপ্ৰেঙৰ বাসিন্দা। ইতিমধ্যে নিশাই যুৱকদ্বয়ক চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰিছে প্ৰশাসনে তথা বিভাগীয় কৰ্তৃপক্ষই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0