96
ৰঙানদীয়ে নামনি অংশত জলপ্ৰলয়ৰ সৃষ্টি কৰিছিল…..গৃহহীন বহু পৰিয়ালৰ আশ্ৰয়স্থল হৈ পৰিছে মাথাউৰি…..কেইটামান চাউল দালিৰেই বাৰিষা দিনকেইটা সহায় কৰি দীৰ্ঘবছৰে আভুৱা ভাৰি আহিছে চৰকাৰ, প্ৰশাসনে…..
লখিমপুৰৰ পৰা বিশেষ সংবাদদাঁতা