Home ৰাজ্যকামপুৰত দুদিনীয়া কাৰ্যসূচীৰে বহাগী বিদায়

কামপুৰত দুদিনীয়া কাৰ্যসূচীৰে বহাগী বিদায়

by News Desk
70 views
A+A-
Reset
কামপুৰঃ কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বতাহী বহাগী বিদায় উৎসৱ।
 
বহাগী বিদায় উৎসৱৰ প্ৰথম দিনা আয়োজক সমিতিয়ে এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।
 
এই সাংস্কৃতিক শোভাযাত্ৰাত গায়ন-বায়ন, ঝুমুৰ নৃত্যকে ধৰি কেবাটাও জনগোষ্ঠীৰ নৃত্য দলে অংশগ্ৰহণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰে।
 
ইফালে আয়োজক সমিতিয়ে নিশালৈ অনুষ্ঠিত কৰিব বিহুগীত, বিহু নৃত্যৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান।
News Desk
Author: News Desk

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0