Home ৰাজ্যহৰিশিঙাত শিক্ষানুষ্ঠানৰ কাষতে সুৰাৰ অবৈধ বেহা

হৰিশিঙাত শিক্ষানুষ্ঠানৰ কাষতে সুৰাৰ অবৈধ বেহা

by News Desk
58 views
A+A-
Reset

হৰিশিঙাঃ হৰিশিঙাৰ মাজ-মজিয়াত অবৈধভাৱে গঢ়ি উঠিছে একাধিক দেশীয় সুৰাৰ বিপণী। জধে-মধে এনেদৰে গঢ়ি উঠা বিপণীসমূহৰ ফলত বিনষ্ট হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক পৰিৱেশ।

সময়ে সময়ে কেবাটাও স্থানীয় দল-সংগঠনে এই অবৈধ ঘাটিসমূহ উচ্ছেদ কৰি আহিছে যদিও কিছুদিন পিছতে পুনৰ সেয়া গঢ় লৈ উঠে। প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই বৃহত্তৰ অঞ্চলটোত অবৈধ সুৰা ব্যৱসায়ীসকলে মুক্তমনে ব্যৱসায় চলাই যাবলৈ সমৰ্থ হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0