Home ৰাজ্য‘অমৃত বৃক্ষ’ আন্দোলন কৰা অসম চৰকাৰে যোৱা ২ বছৰত কিমান গছ কাটিলে?

‘অমৃত বৃক্ষ’ আন্দোলন কৰা অসম চৰকাৰে যোৱা ২ বছৰত কিমান গছ কাটিলে?

by News Desk
A+A-
Reset
amrit briksha

বিশ্ব অভিলেখৰ পিছত দৌৰিছে অসম চৰকাৰ। ৰাজ্যৰ বিকাশ, উন্নয়নক একাষৰীয়াকৈ থৈ গিনীজ বুকত নাম সন্নিৱিষ্ট কৰিবলৈ উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। শেহতীয়াকৈ এনেদৰেই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ লোক।

অসমৰ বাপতিসাহোন বিহুক গিনীজ বুকত অন্তৰ্ভূক্ত কৰাৰ পিছত অসম চৰকাৰে পণ লৈছিল বৃক্ষ ৰোপণেৰে আন এক বিশ্ব অভিলেখ গঢ়াৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোত অৰ্থাৎ ১৭ ছেপ্টেম্বৰত অসম চৰকাৰে মাত্ৰ তিনিঘণ্টাৰ ভিতৰতে এশ কোটি বৃক্ষৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস চলাইছিল। সমগ্ৰ ৰাজ্যজুৰি চলোৱা বৃক্ষ ৰোপণৰ এই অভিযানৰ নাম দিয়া হৈছিল ‘অমৃত বৃক্ষ আন্দোলন’।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0