Home ৰাজ্যনিৰ্দেশ আহে আচৰিত! অমৃত কালত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পাইছেনে জ্ঞান-অমৃত?

নিৰ্দেশ আহে আচৰিত! অমৃত কালত চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে পাইছেনে জ্ঞান-অমৃত?

by News Desk
A+A-
Reset
govt-school-assam-2

প্ৰত্যেকখন সমাজ ব্যৱস্থাতে শিক্ষকৰ ভূমিকা অপৰিসীম। সমাজখনত জ্ঞানৰ পোহৰ বিলাই সঠিক বাট দেখুৱাই দিয়াটোৱেই শিক্ষকৰ পৰম ধৰ্ম। কিন্তু আজিৰ সময়ত বহু ক্ষেত্ৰত কলংকিত হৈ পৰিছে শিক্ষক। যৌন নিৰ্যাতনৰ পৰা অন্য কেলেংকাৰীলৈকে বহু বিষয়ত শিক্ষকৰ নাম সাঙোৰ খাই পৰাৰ পিছত বৰ্তমান সময়ত শিক্ষকক লৈ ধাৰণা সলনি হৈছে সাধাৰণ জনতাৰ। কিন্তু তাৰ মাজতে এনে বহু শিক্ষকো আছে, যিয়ে জীৱনৰ সৰ্বস্ব উজাৰি শিক্ষকতা কৰিছে। বহু ভেন্সাৰ স্কুলৰ শিক্ষকে বিনা বেতনেৰেই ইহ সংহাৰৰ পৰা বিদায় লৈছে, বহু শিক্ষকে পৰিয়ালৰ পোহপাল দিয়াৰ বাবদ দিন হাজিৰা কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে।

তাৰ মাজতে বৰ্তমান সময়ত শিক্ষকৰ ওপৰত জাপি দিয়া অধিক কৰ্মবোজাই মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তুলিছে বহু শিক্ষকক। এফালে অনিয়মীয়া বেতন আৰু আনফালে অধিক কামৰ বোজাই বহু শিক্ষকৰ জীৱনলৈ নমাই আনিছে ঘোৰ অন্ধকাৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0