Home ৰাজ্যদেৱীৰ প্ৰতিমাত কৃত্ৰিম ৰং, ৰাসায়নিক দ্ৰব্য! বিসৰ্জনৰ পিছত নৈ-উপনৈত বাঢ়িছে নেকি প্ৰদূষণ?

দেৱীৰ প্ৰতিমাত কৃত্ৰিম ৰং, ৰাসায়নিক দ্ৰব্য! বিসৰ্জনৰ পিছত নৈ-উপনৈত বাঢ়িছে নেকি প্ৰদূষণ?

by News Desk
A+A-
Reset
pratima bisaorjan

৫ দিন ধৰাৰ বুকুত কটাই অৱশেষত বিদায় মাগিলে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাই। ষষ্ঠীত প্ৰতিষ্ঠা কৰাৰ পিছত ২৪ অক্টোবৰ অৰ্থাৎ দশমীৰ দিনাখন ধুমধামেৰে বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা। ইয়াৰ লগে লগে অন্ত পৰে দেশৰ কোটি কোটি হিন্দুৰ বছৰযোৰা প্ৰত্যাশাৰ। আৰু এটা নতুন বছৰত দেৱীক ন-ৰূপত আদৰিবলৈ এতিয়া মাথো সকলোৰে মনত অধীৰ অপেক্ষা।

মূলতঃ পশ্চিম বংগ, বিহাৰ, অসম, ওড়িশা, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তত অতি উলহ মালহেৰে আয়োজন কৰা হয় মা দুৰ্গাৰ পূজা। ইয়াৰোপৰি বাংলাদেশ, শ্ৰীলংকা আৰু নেপালতো কৰা হয় দেৱী দুৰ্গাৰ পূজা-অৰ্চনা। অক্টোবৰ মাহত আয়োজন কৰা এই পৰম্পৰাগত উত্সৱক লৈ বছৰজোৰা প্ৰতীক্ষা চলে হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0