Home ৰাজ্যএনকাউণ্টাৰ আসক্ত অসম আৰক্ষী! আইন হাতত লৈ দুবছৰত কাঢ়ি নিলে ৮২জনৰ প্ৰাণ

এনকাউণ্টাৰ আসক্ত অসম আৰক্ষী! আইন হাতত লৈ দুবছৰত কাঢ়ি নিলে ৮২জনৰ প্ৰাণ

by News Desk
A+A-
Reset
encounter-assam

“চন তেতিয়া ১৯৭৯-৮০। অসমত তেতিয়া ভয়ংকৰ পৰিস্থিতি। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত বিদেশী বিতাড়নৰ দাবীৰে সাব্যস্ত হোৱা প্ৰতিবাদে গোটেই অসম জোকাৰি গৈছিল। আন্দোলন দমন কৰিবলৈ গাঁৱে গাঁৱে সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিল। বিদেশী খেদা আন্দোলনলৈ সমৰ্থন আগবঢ়োৱা যুৱক-যুৱতীৰ ওপৰত অত্যাচাৰ চলিছিল।”

“১৯৯৭ চনৰ ১০ ডিচেম্বৰত আছুৰ বৰপেটা সমিতিৰ সাধাৰণ সম্পাদক খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱাৰ পিছতে সেনাৰ অত্যাচাৰ বাঢ়িবলৈ ধৰে। সেই সময়ত আন্দোলন দমনৰ নামত সেনাই নিশা বিচনাৰ পৰা উঠাই নি হকে-বিহকে ডেকা সকলক অত্য়াচাৰ কৰিবলৈ আৰম্ভ কৰে।  মোৰ বয়স তেতিয়া ২২-২৩ বছৰ। সেনাৰ অত্যাচাৰৰ বাবে আমাৰ তেতিয়া ৰাতি হ’লে ঘৰত শোৱাৰ পৰিস্থিতিয়েই নাছিল। শৰীৰটো সেনাৰ বন্দুকৰ গাদীৰ কোবত ঘূণীয়া কৰাৰ পৰা বচাবলৈ আমি পাগলাদিয়াৰ পাৰতে ৰাতি পাৰ কৰাৰ ব্যৱস্থা কৰিছিলো। মই আৰু গাঁৱৰ আন ডেকা সকলে পাগলিয়াৰ পাৰত খান্দি লোৱা গাততে ডিচেম্বৰ মহীয়া শীতৰ বহু ৰাতি পাৰ কৰিবলগীয়া হৈছিল। সেই দিনবোৰৰ কথা মনত পৰিলে আজিও বুকু কঁপি উঠে।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0