Home ৰাজ্যএকত্ৰিত হ’ব অসম জাতীয় পৰিষদ, ৰাইজৰ দল! নামৰূপত লুৰীণ-অখিলৰ বিশেষ ইংগিত

একত্ৰিত হ’ব অসম জাতীয় পৰিষদ, ৰাইজৰ দল! নামৰূপত লুৰীণ-অখিলৰ বিশেষ ইংগিত

by News Desk
A+A-
Reset
lurin akhil

ডিব্ৰুগড়ঃ অসমীয়াৰ মনত জাতীয়তাবাদৰ নতুন আশাৰ সঞ্চয় কৰি ২০২১ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত গঠন হৈছিল দুটা নতুন আঞ্চলিক জাতীয়তাবাদী দল। সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষৰ পৰা জন্ম হোৱা এটা আঞ্চলিক দল আছিল অসম জাতীয় পৰিষদ। আনহাতে কাৰাগাৰৰ কুঠৰীৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে গঠন কৰিছিল ৰাইজৰ দল নামেৰে আন এটা ৰাজনৈতিক দলৰ। 

বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয় লাভ কৰিলেও পিছে স্থবিৰ হৈ পৰিছিল অসম জাতীয় পৰিষদৰ গতি। দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিও আঞ্চলিক দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পৰাজয় বৰণ কৰিবলগীয়া হোৱাত স্তিমিত হৈ পৰিছিল জাতীয়তাবাদী সত্ত্বাৰ আলোক। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0