Home ৰাজ্য‘মৃত্যুৰ সোৱাদ’ লৈ গুচি গ’ল বোন্দা কেঁচুক থিয় হ’বলৈ শিকাব খোজা খাৰাংখাচ সাহিত্যিকগৰাকী…

‘মৃত্যুৰ সোৱাদ’ লৈ গুচি গ’ল বোন্দা কেঁচুক থিয় হ’বলৈ শিকাব খোজা খাৰাংখাচ সাহিত্যিকগৰাকী…

by News Desk
A+A-
Reset
pranabjyoti-deka-writer

গুৱাহাটীঃ “মই প্ৰথমে বোন্দা কেঁচুক থিয় হ’বলৈ শিকাব বিচাৰিছিলোঁ। পিছত বুজিলো যে বোন্দাকেঁচুৰ ৰাজহাড় নাই। তাৰো বহুদিনৰ পিছত বুজিলোঁ যে যি পৰিৱেশত বোন্দাকেঁচু থাকে, সেই পৰিৱেশত ৰাজহাড় থাকিলে বাচি থাকিবও নোৱাৰে। পৰিৱেশৰ বাহিৰলৈ গৈ শিক্ষা দিয়াৰ কচৰৎ কৰি লাভ নাই।”

এয়া আছিল গল্পকাৰ, অভিধানিক, ভূ তত্ববিদ, ভাষাবিদ তথা শিক্ষাবিদ ড০ প্ৰণৱজ্যোতি ডেকাৰ ভাষ্য। অসমৰ শিক্ষা ব্যৱস্থা আৰু নিজৰ শিক্ষক হোৱাৰ কৃতিত্বৰ বিষয়ে বুজাবলৈ গৈ এটা সাক্ষাত্কাৰত এবাৰ এইদৰে মন্তব্য কৰিছিল ড০ প্ৰণৱজ্যোতি ডেকাই। নিৰ্ভীক আৰু খাটি ভাষাত খাৰাংখাচ আছিল তেওঁৰ কণ্ঠ। সোঁতৰ বিপৰীতে চিন্তা কৰিব পৰা সক্ষমতাৰে তেওঁ আছিল এগৰাকী অনন্য ব্যক্তি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0