ছাবছক্ৰাইব কেনেকৈ কৰিব?
▪️বিকল্প মিডিয়াৰ দ্বাৰা প্ৰকাশিত newsnextone.comৰ অনলাইন দৈনিক ‘ই-সংবাদ’ৰ WhatsApp Epaper সেৱালৈ আপোনাক স্বাগতম। Subscribe Now বুটামত ক্লিক কৰি (চমু ফৰ্মখন পূৰণ কৰাৰ অন্তত) আপুনি ‘ই-সংবাদ’ৰ পিডিএফ সংস্কৰণ প্ৰতিদিনে পুৱাই আপোনাৰ WhatsApp-ত পোনপটীয়াকৈ লাভ কৰিব পাৰিব।
▪️Subscribe Now বুটামৰ ওপৰত ₹49ৰ কাষত অস্পষ্টকৈ থকা টিকমাৰ্কটোত ক্লিক কৰিব। টিকমাৰ্কটো ব্লু হোৱাৰ পিছত Subscribe Nowত ক্লিক কৰিলে এখন চমু ফৰ্ম পাব। সেই ফৰ্মখন পূৰণ কৰি গুগল পে, ফোনপে, পেটিএম আদি UPI এপযোগে পেমেণ্ট কৰিব পাৰিব। UPI এপযোগে পেমেণ্ট কৰিলে Autopayৰ বাবে আপোনাৰ গুগল পে/ফোনপে/পেটিএমৰ এপলৈ ৰিকুৱেষ্ট যাব। উক্ত এপলৈ গৈ ৰিকুৱেষ্ট একচেপ্ট কৰিলে পেমেণ্ট সম্পন্ন হৈ যাব। যদিহে আপুনি কাকতখন পঢ়ি বেয়া পাই তেন্তে পেমেণ্ট একচেপ্ট হোৱাৰ পিছত Autopay কেঞ্চেল কৰি দিব পাৰিব।
▪️যদিহে আপুনি আমাৰ ৰেজিষ্টাৰড এজেন্সিৰ জৰিয়তে Subscribe কৰিছে তেন্তে ফৰ্মখনত থকা এজেন্সিৰ ঘৰটোত এজেন্সিয়ে দিয়া কোডটো উল্লেখ কৰিব। যদিহে নিজে লিংকটো ফেচবুক বা ৱেবছাইটত বা হোৱাটছএপত লাভ কৰিছে তেন্তে সেই ঘৰটোত EA0001 বুলি উল্লেখ কৰিব।
▪️যদিহে আপুনি এবছৰীয়া গ্ৰাহক হ’ব বিচাৰে তেন্তে ওপৰৰ বা তলৰ Subscribe Now বুটামৰ পৰিৱৰ্তে ইয়াতে ক্লিক কৰক। 👉 এবছৰীয়া হোৱাটছএপ সেৱা
▪️যদিহে আপুনি কেৱল এমাহৰ বাবে ছাবছক্ৰিপশ্যন ল’ব বিচাৰে তেন্তে ওপৰৰ বা তলৰ Subscribe Now বুটামৰ পৰিৱৰ্তে ইয়াতে ক্লিক কৰক। 👉 এমহীয়া হোৱাটছএপ সেৱা
▪️যদিহে আপুনি হোৱাটছএপ সেৱাৰ পৰিৱৰ্তে কেৱল ৱেবছাইটতে কাকতখন চাব বিচাৰে তেন্তে আমাৰ এই ৱেবছাইটৰ লগইন অপশ্যনলৈ গৈ জি-মেইলেৰে লগইন/ছাইনআপ কৰি ই-পেপাৰ অপশ্যনযোগে ৩৩টকা প্ৰদান কৰি এমাহৰ বাবে আনলক কৰি ল’ব পাৰিব।
▪️Subscribe সম্পূৰ্ণ হোৱাৰ ৮ ঘণ্টাৰ ভিতৰত আপুনি আমাৰ অফিচিয়েল WhatsApp Number 6001147135-ৰ পৰা আপুনি চমু ফৰ্মত উল্লেখ কৰা আপোনাৰ হোৱাটছএপ নম্বৰত এক্টিভেট মেছেজ লাভ কৰিব। সেই মেছেজ লাভ কৰাৰ পিছতে আপুনি আমাৰ অফিচিয়েল নম্বৰ 6001147135 আপোনাৰ Contact Listত Save কৰি ল’ব। (এয়া ৩৩ টকীয়া ৱেবছাইটত সেৱাত প্ৰযোজ্য নহয়।)
▪️এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলেই আপুনি প্ৰতিদিনে পুৱাই ‘ই-সংবাদ’ৰ পিডিএফ সংস্কৰণ লাভ কৰিব পাৰিব। অধিক জানিবৰ বাবে আপোনালোকে আমাৰ হেল্পলাইন নম্বৰ 6000654673 নম্বৰত বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব।