75
বোকাজানঃ কাৰ্বি স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিজেপিৰ আভ্যন্তৰত তীব্ৰতৰ হৈ পৰিছে সংঘাত।
টিকটৰ পৰা বঞ্চিত হোৱা কেবাজনো নেতাই ইতিমধ্যে মুকলিকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা পৰিলক্ষিত হৈছে। টিকট বঞ্চিত এইসকল নেতাই প্ৰাৰ্থীত্ব প্ৰদানৰ ক্ষেত্ৰত ব্যাপক ধনৰ লেন-দেন হোৱাৰো অভিযোগ উত্থাপন কৰিছে।