Home ৰাজ্যকাম শেষ হ’লেও চকীতে বহি থকা চাকৰিয়াল

কাম শেষ হ’লেও চকীতে বহি থকা চাকৰিয়াল

by News Desk
61 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলা পৰিষদত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ কাম শেষ হ’লেও চকী এৰিব নিবিচাৰে কাৰ্যালয়টোৰ এজন কৰ্মচাৰীয়ে। দায়িত্বৰ কেতিয়াবাই অন্ত পৰিছে যদিও এতিয়াও চকীখনতে বহি থাকে এইগৰাকী আজৱ কৰ্মচাৰীয়ে।

বিগত বৰ্ষৰ নৱেম্বৰ মাহতে কাৰ্যকালৰ অন্ত পৰাৰ পিছতো এতিয়াও কাৰ্যালয়ৰ চকী এৰিবলৈ মন নকৰা নগাঁও জিলা পৰিষদৰ এইজন ক্ষমতালোভী কৰ্মচাৰী হৈছে আজিজুৰ ৰহমান। কাৰ্যালয়টোত উচ্চবৰ্গৰ সহায়ক হিচাপে কৰ্মৰত আছিল ৰহমান।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0