Home ৰাজ্যস্বাধীন অসমৰ দাবীত পুনৰ অস্ত্ৰ ল’ব আত্মসমৰ্পণকাৰী আলফাই

স্বাধীন অসমৰ দাবীত পুনৰ অস্ত্ৰ ল’ব আত্মসমৰ্পণকাৰী আলফাই

by News Desk
43 views
A+A-
Reset

দিচাংমুখঃ স্বাধীন অসমৰ দাবীত পুনৰ অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ দিছে আত্মসমৰ্পণকাৰী আলফাই ৷ আজি শিৱসাগৰত আত্মসমৰ্পণকাৰী আলফা সদস্যসকলে এক চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি এই কথা ঘোষণা কৰে ৷

যোৱা ২৫ বছৰে আত্মসমৰ্পণকাৰী আলফাসকলৰ সমস্যাক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি ধৰ্মঘটকাৰীসকলে অভিযোগ উত্থাপন কৰে। লগতে তেওঁলোকৰ দাবী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পূৰণ কৰিব পৰা নাই বুলি অভিযোগ কৰি স্বাধীন অসমৰ দাবীত পুনৰ সংগ্ৰাম কৰি যাব বুলি স্পষ্ট কৰি দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0